অসম আনদলনকনদৰক গৱষণমলক বযকতগত চৰচচ: এক পৰচয়মলক অধযয়ন
Published in International Journal For Multidisciplinary Research • Feb 12, 2026
NobleIDNI4P86W96R68S51
Authors:
Jenifa Parbin
Abstract
স্ৱৰাজোত্তৰ অসমৰ ঐতিহসিক ঘটনাসমুহৰ ভিতৰত অসম আন্দোলন অন্যতম। সুদীৰ্ঘ ছয় বছৰ জুৰি সমগ্ৰ অসমত বিয়পি থকা এই আন্দোলন মুখ্যত অসমলৈ প্ৰব্ৰজিত হোৱা অবৈধ নগৰিকৰ বিপক্ষে গঢ় লৈ উঠে। অসম চুক্তিৰে সমৰণি পৰা এই আন্দোলনে অসমৰ ৰাজনৈতিক-অৰ্থনৈতিক দিশত বিশেষ ভুমিকা পালন কৰি অহিছে। সমান্তৰালভাৱে সহিত্যৰ ক্ষেত্ৰতো অসম...
Finding related papers...
Discussions
(0)No comments yet
Be the first to share your thoughts!